মোৰ জীৱন

মোৰ জীৱন 
 :::::: ধনটি নেওগ
জীৱন নদীত
উটি ভাহি ফুৰিচো
এটুকুৰা শুকানকাঠৰ দৰে।
লগতে কঢ়িয়াইছো
দুখ দুৰ্দষা যন্ত্ৰনা আদি।
লগতে সহ্য কৰিচো
কত অপমান,
 কত কটু কথা
তথাপি জীয়াই আছো
জীয়াই থকাৰ আশাৰে
উজ্জ্বল ভবিষ্যতৰ আশাৰে
সংস্হাপন হোৱাৰ আশাৰে।
সপোনক বাস্তব কৰাৰ আশাৰে।
সকলোৱে সুখে শান্তিৰে
মিলা-প্ৰীতিৰে জীয়াই থকাৰ আশাৰে::::::::::
আছো জীয়াই,,,,,,,,,,,,,,,
থাকিম জীয়াই
জীয়াই নাথাকিলেও
আশা হৈ থাকিম জীয়াই
এই পৃথিৱীত
নহলে
সকলোৰে মনত
 :::::: ধনটি নেওগ

Comments

Popular posts from this blog

নগ্ন আজি আমি

স্মৃতি

আবৰন

মোৰ প্ৰেমৰ অনুভৱ এখন চিঠি

Confusion Love

অৱহেলা

My Love

My Life

অনুশোচনা